ক্ষণিকতেক্ষণেক
ক্ষণে ক্ষণে (Assamese) [ Roman: khyo.ne-khyo.ne]
Contributed by: Krishangi Gogoi on 2021-11-20
English: again and again, repeatedly,
Assamese: উলটি-পালটি, উৰাই-ঘূৰাই, ক্ষণে ক্ষণে, খেপে খেপে, দফে দফে, দোহাৰি, পাকেপতি, পুনঃ পুনঃ, পুনু-পুনু, পেঘেনিয়াই, বাৰংবাৰ, বাৰম্বাৰ, বাৰে-বাৰে, বাৰেপতি, মুহুৰ্মুহুঃ, সঘনে,
Bodo: फैफिनबाय थानाय,
Mising: lumo lumola lu, su:pag su:pag,
Nagamese: bar-bar,
Dimasa: alang alang, pin-pin,
Tai: কিপ্ কিপ্,
Deori: তাগাদা-লাদুবা, দামাচি-দামা, পাকে-পাকে, ৰেপিং-ৰেপিংনা
ক্ষণে ক্ষণে (Assamese) [ Roman: khyo.ne-khyo.ne]
Contributed by: Krishangi Gogoi on 2021-11-20
1. (Adverb) characterized by repeated occurances. এবাৰৰ পাছত এবাৰকৈ বহুবাৰ।